GDM Assame – জেছটেশ্বনেল মধুমেহ কি?
- গৰ্ভাৱস্থাৰ সময়ত বিকাশ হোৱা মধুমেহক জেছটেশ্বনেল মধুমেহ বোলা হয়।
- আপোনাৰ শৰীৰে আপোনাক গৰ্ভাৱস্থাৰ সময়ত প্ৰয়োজন হোৱা অতিৰিক্ত ইনছুলিন (তেজৰ গ্লুক’জ নিয়ন্ত্ৰণৰ বাবে
- গুৰুপূৰ্ণ এটা হৰম’ন) উৎপন্ন কৰিব নোৱাৰাৰ ফলত ইয়াৰ সৃষ্টি হয়. ইয়াৰ পৰিণতিত (তেজত গ্লুক’জৰ স্তৰ উচ্চ হৈ পৰে।
GDM Assame – জেছটেশ্বনেল মধুমেহ কিমান বেছিকৈ হোৱা দেখা যায়?
- জেছটেশ্বনেল মধুমেহ প্ৰায়েই হোৱা দেখা যায়।
- গৰ্ভাৱস্থাৰ সময়ত প্ৰতি 100 গৰাকী মহিলাৰ ভিতৰত প্ৰায় 18 গৰাকী মহিলাক ই প্ৰভাৱিত কৰিব পাৰে
GDM Assame – ওজন বৃদ্ধি
- ভালদৰে নিয়ন্ত্ৰিত ৰক্ত শৰ্কৰা আৰু ওজন। আপোনাৰ ওজন আৰু গৰ্ভাৱস্থাৰ সময়ত বৃদ্ধি হোৱা ওজনে আপোনাৰ ভ্ৰূণে লাভ কৰা ওজনত এক বৃহৎ প্ৰভাৱ পেলায়।
- আপোনাৰ BMI যিমানে বেছি হ’ব আৰু গৰ্ভাৱস্থাৰ সময়ত আপোনাৰ ওজন যিমানে বাঢ়িব আপোনাৰ ভ্ৰূণৰো সিমানেই ওজন বাঢ়িব। সেয়েহে আপোনাৰ ভ্ৰূণ জন্মৰ আগতেই মাত্ৰাধিক ওজনৰ হৈ পৰাৰ শংকা থাকে।
- গৰ্ভাৱস্থাৰ প্ৰথম ভাগত কম ওজন বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰাতো এক উন্নত বিচাৰ, যাতে গৰ্ভাৱস্থাৰ দ্বিতীয় ভাগত অধিক ওজন বৃদ্ধিৰ অৱকাশ থাকে।